← ফুৰি যাওক

খৰুবা

kharubā

অৰ্থ

1.

ওপৰ ওঁঠ মাজতে কটা; ওপৰ ওঁঠ ছিগি দাঁত ওলোবা

having the upper lip cut into two; hair lipped

বিণ.

2.

বংশৰ কোনো খাপ; পুৰুষ; যেনে-"আমাৰ উপৰ খৰুবাত কোনেও এনে কাম কৰা নাই"

a generation

বি.

3.

খাৰ-মিহলি; খাৰযুক্ত; যেনে-"খৰুবা মাটি"

containing alkali or salt

বিণ.

4.

খাৰেৰে বন্ধা; যেনে -"খৰুবা আঞ্জা"

seasoned with alkali

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ