খৰিকা
kharikā
অৰ্থ
1.
উলু বা আন বনৰ ঠাৰি; বাঁহ আদিৰ মিহি গোটা কাঠী
the slender stalk of a thatching or other grass; a slender strip of bamboo, etc.
বি.
2.
মাছ, মঙহ সী জুইৰ তাপত সিজোবা বাঁহ বা লোৰ শলা
a roasting spit
বি.
3.
মুগাৰ চকৰীয়ে কণী পাৰিবলৈ সৰু সৰুকৈ বন্ধা বুৰুলি খেৰৰ আটি
a thin bundle of dry straw on which the muga silk-worm moth is made to lay eggs
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ