← ফুৰি যাওক

খৰি-কটীয়া

অৰ্থ

1.

আহোম ৰজাৰ দিনত ৰজা ঘৰত খৰি যোগান দিয়া এটা খেলৰ মানুহ

a class of men who during the Ahom kings time were to supply fire-wood to the royal house-hold

বি.

2.

খৰি কটা বা লোৰা মানুহ

a fire-wood cutter

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ