← ফুৰি যাওক

খঁৰা-মূৰা

kham̐rā-mūrā

অৰ্থ

1.

আগ-গুৰি কটা বা নথকা

having both ends cut off

বিণ.

2.

নেজ-মূৰ নথকা

having the head and the tail cut off

বিণ.

3.

ডাল-পাত কটা বা নথকা

having the branches and the leaves lopped off

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খঁৰা-মূৰা · অসমীয়া অভিধান