← ফুৰি যাওক

খঁৰা

kham̐rā

অৰ্থ

1.

আগ নথকা; আগ কটা

having the top cut short; without the top

বিণ.

2.

নেজ ছিগা বা কটা

bobtailed; having the tail cut short

বিণ.

3.

আধা- ডুখৰীয়া; অসম্পূৰ্ণ; যেনে-"খঁৰা সাধু কথা"

incomplete

বিণ.

4.

ডিঙি নথকা খালৈৰ আকাৰৰ এবিধ বাঁহৰ কাঠীৰ সঁজুলি

an elongated bamboo basket

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ