← ফুৰি যাওক

খৰ্মাৰ্

অৰ্থ

1.

ইলুটি-সিলুটি হ; বগৰা-বাগৰি কৰ্; কষ্ট পাই লৰি-ঢাপৰি ফুৰ্ বা ধৰ্ ফৰা

to tumble or toss about; to be restless

অক. ধা.

2.

লুটিয়া-লুটি কৰ্; লৰাই লৰাই শুকানে শুকানে সিজা; যেনে-"মাছ দুটামান শাক দুপাহমান খৰ্মৰাই ভাত দুটামান খালো; "

to stir or cause to turn

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ