← ফুৰি যাওক

খপুবা

khapubā

অৰ্থ

1.

কোনো ঠাইলৈ যাওঁতে বাটত কিছু বেলি ৰোবা কাৰ্য্য

a halt or stopping on a march

বি.

2.

বাটত ৰ'বৰ বা বাহন সলাবৰ নিমিত্তে নিৰূপিত ঠাই; ; যেনে-"এদিনৰ বাট তিনি খপুবা কৰি গ'ল"।

halting or relaying place

বি.

3.

শত্ৰুক ধৰিবৰ কাৰণে খাপ লৈ থকা বা চোপা দিয়া মানুহ

a man lying in ambush or wait for his enemy

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ