← ফুৰি যাওক

খপিয়া

khapiẏā

অৰ্থ

1.

এন্ধাৰ বা চকুৰে দেখি নোপোবাৰ কাৰণে হাত বা ভৰিৰে উমান ধৰি বিচাৰ্; খেপিয়া; যেনে-"পানীত মাছ খপিয়া"

to grope for or search by feeling with the hand or foot

সক. ধা.

2.

অনুসন্ধান কৰ্; বিচাৰ কৰ্। যেনে-"অনেক খপিয়াই কথাটোৰ সম্ভেদ নেপালে"

to search after

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ