← ফুৰি যাওক

খপ্

khap

অৰ্থ

1.

জুইৰ জালত দি নিৰ্ম্মল কৰ্; যেনে-"সোণ খপ্"

to refine or smelt as metal

সক. ধা.

2.

ডাল আগ কাটি লঠা কৰ্

to lop, as the branches of a tree

সক. ধা.

3.

অস্হায়ীভাবে থাক্; প্ৰবাস খাট্; যেনে -"সাতদিন হাবিত খপিলো"

to live for a short time; to sojourn

অক. ধা.

4.

সময় নিয়া; যেনে-"তিনি ৰাতি খপিও একো কৰিব নোবাৰিলো"

to spend time temporarily

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ