← ফুৰি যাওক

খন্দুবা

khandubā

অৰ্থ

1.

এবাৰ বা অধিক কাল খেতি কৰিবৰ কাৰণে গৰাকীৰপৰা লোবা (মাটু আৰু যি মাটি লয় দুয়ো); যেনে -"খন্দুবা মাটি"; "খন্দুবা ৰায়ত"

rented or renting for a short term

বিণ.

2.

এবছৰ থাকি এবছৰ; উৎপন্ন কৰা বা গুটি ধৰা (গছ, গাই আদি)

producing or bearing fruit every second year

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ