খন্দিয়া
khandiẏā
অৰ্থ
1.
খন্দা খন্দা কৰ্; চাৰিওফালে লোৰ খানি বা আলি দি মাটি ভাগ ভাগ কৰ্
to divide into small plots or compartments
সক. ধা.
2.
লেখাৰ মাজত আঁচ দি বেলেগ কৰ্
to divide into columns or paragraphs (said of writing)
সক. ধা.
3.
তাঁত বাতি কৰি অঁতাই দীঘ সূতাবোৰ বা আন সূতাৰ নেছা খোৰোচা গাঁঠি দি বান্ধ্
to knot up the warp or a skein of thread in the form of a granma's bow
সক. ধা.
4.
এনেছাৰ লগত আন এনেছা খোৰোচা বান্ধ দি দি দীঘলকৈ গাঁঠি থ
interloop the skeings with one another into the form of a chain
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ