খন্দা
khandā
অৰ্থ
1.
চিন বা সীমা দি কৰা মাটিৰ ভাগ
a division of land marked by boundaries
বি.
2.
খেতি কৰা মাটিৰ ডৰা বা ডোবা; চাৰিওপিনে লোৰ খানি বা আলি দি পৱথক কৰা সৰু এক খণ্ড মাটি
a small division of a large plot of cultivated land
বি.
3.
পুথি আদি লিখোঁতে দীঘল আংচ মাৰি কৰা ভাগ বা অংশ
a column of a book or writing
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ