খনিকৰ
khanikara
অৰ্থ
1.
কাঠ, শিল আদি চাঁচি, কাটি বা খুলি মূৰ্ত্তি বা আন বস্ত্ত তৈয়াৰ কৰোঁতা
a sculptor; an engraver, a carpenter
বি.
2.
মাটিৰ মূৰ্ত্তি সাজোঁতা
a maker of earthen images
বি.
3.
চিত্ৰকৰ; নক্সা আঁকোঁতা
a painter
বি.
4.
আহোম ৰজাৰ দিনৰ এশ্ৰেণী কাঁড়ী মানুহ; [এইবিলাকৰ ঘাই বাব আছিল খনিকৰ কাম কৰা।]
a class of pāiks under the Āhom kings whose principal duty was to paint, make images, etc
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ