← ফুৰি যাওক

খনা

khanā

অৰ্থ

1.

আনৰ হতুবাই খানিবলৈ দিয়া; আনৰ দ্বাৰায় উৎপাটন কৰা

to cause to be dug

সক. ধা.

2.

কম বা দুৰ্ব্বল হোবা; স্বাভাবিকতে যেনেকৈ ওলাব বা ফলিব লাগে, তেনে নোহোবা; যেনে-"নৰিয়াত মাত খনা পৰিছে; এই হঠক আমজোপা খনা পৰিল"

decreasing; weakening (to bear fruit)

বিণ.

3.

পূৰ্ব্বকালৰ এজনা জ্যোতিষত পাৰ্গত তিৰোতা

the name of a famous ancient woman astrologer

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ