← ফুৰি যাওক

খতীয়া

khatīẏā

অৰ্থ

1.

কোনো খাতত কাম কৰা লোক

বি.

2.

আহোম ৰজাৰ দিনৰ এশ্ৰেণী কাঁড়ী।

বি.

3.

এটা সামান্য মানুহ [চন্দ্ৰাবলী নামেৰে এজনী ৰজাৰ ছোবালী ইয়ালৈ বিয়া দিছিল কিন্ত্ত তাই তালৈ নেযাওঁ বুলি আছিল। "যাবৎ চন্দ্ৰাবলী তাবৎ খতীয়া" বুলি যোজনা দিয়ে।]।

বি.

4.

কাম নকৰা বা কামত উপস্হিত নথকা কাল বা দিন

the period or days of absence from work

বি.

5.

কাম নকৰা বা কামত উপস্হিত বা হাজিৰ নথকা (মানুহ আৰু সময়); যেনে-"খতীয়া কুলী; খতীয়া দিন"

absent from work

বিণ.

6.

মেলত নিয়মিতৰূপে উপস্হিত নথকাৰ কাৰণে A বিহা দায়

fine for unauthorised absence from a meeting

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খতীয়া · অসমীয়া অভিধান