← ফুৰি যাওক

খতিক্ষণ

khatikṣaṇa

অৰ্থ

1.

খন্তেক অবসৰীয়া বা আজৰীয়া কাল; কোনো কথা বা কাম অলপ ক্ষান্ত হৈ বা ৰৈ থকা সময়; ছেদ-ভেদ

temporary cessation, relief or respite

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খতিক্ষণ · অসমীয়া অভিধান