← ফুৰি যাওক

খঁতিৰা

kham̐tirā

অৰ্থ

1.

নিৰ্দ্দিষ্ট সময়; খাটিবৰ বা কোনো কাম কৰিবৰ অৰ্থে আগেয়ে নিৰুপিত কৰা সময়

an appointed time; a time fixed for any occasion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খঁতিৰা · অসমীয়া অভিধান