খতিয়ান
khatiẏāna
অৰ্থ
1.
2.
মৌজাৰ প্ৰত্যেক ৰায়তৰ নাম আৰু তাৰ মুঠ মাটি লিখি ৰখা বহী
a book recording the name and the land of each rāyat in a mauza
বি.
সমাৰ্থক শব্দ
3.
দোকানৰ প্ৰত্যেক খৰিদ্দাৰেৰে সৈতে কিনা-বেচা কৰাৰ সংক্ষেপ হিচাপ লিখা বহী
a ledger book
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ