← ফুৰি যাওক

খতি

khati

অৰ্থ

1.

হানি পৰা; কাম বন্ধ থকা; ক্ষান্ত; চলি নথকা

stopped; closed

বিণ.

2.

কাম বন্ধ থকা সময়; আজৰি; অবসৰীয়া সময়

the closing of business; leisure

বি.

3.

শৰীৰৰ কোনো অঙ্গত থকা ঘুণ বা দোষ; ঘা ঘুণ

blemish or defect; deformity

বি.

সমাৰ্থক শব্দ

4.

ভেটি; যেনে-"পাণ্ডবৰ খতি খাই মিছা কথা কহে" (বিৰাটপৰ্ব্ব)

bribe

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খতি · অসমীয়া অভিধান