খণ্ডিত
khaṇḍita
অৰ্থ
1.
কটা; ছেদিত; ছিঙা; ডুখৰীয়া
severed; cut off; fragmentary
বিণ.
2.
দূৰ কৰা; নষ্ট কৰা (দোষ, পাপ আদি)
removed; destroyed; expiated
বিণ.
3.
যুক্তিৰে মিছা পেলোবা
refuted; falsified by argument
বিণ.
4.
মাজেদি ফটা (জন্ত্তৰ খুৰা); যেনে-"খণ্ডিত খুৰা"
cleft; divided
বিণ.
5.
ভগা; হেঁপাই-ফোঁপাই কোবা (মাতকথা)
panting; broken (said of voice)
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ