খণ্ড-পুচ্ছ
khaṇḍa-puccha
অৰ্থ
1.
নেজকটা; নেজ নথকা; খঁৰা
tailless; with the tail cut short
বিণ.
2.
এটা সাপৰ নাম [খাণ্ডব-দাহৰ সময়ত মাকে ইয়াক গৰ্ভত লৈ জুইৰ মাজৰপৰা আকাশলৈ উৰি গৈছিল; তেতিয়া তাইক শৰেৰে কাটোঁতে সাপটোৰো নেজৰ ছোবা কটা পৰে।]
a mythological serpent
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ