খটাঙ্গ
khaṭāṅga
অৰ্থ
1.
আগত এটা মৰা মানুহৰ মূৰ থকা লাখুটি,
a stick with a human skull on the top
বি.
2.
এজন পৌৰাণিক ৰজাৰ নাম [এওঁ মৰণ কালত দুইদণ্ড কাল ভক্তি কৰিয়েই মুক্ত হয়।]।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ