← ফুৰি যাওক

খটং

khaṭam

অৰ্থ

1.

দুটা টান, বিশেষকৈ ধাতুৰ, বস্ত্তৰ ঠেকা লাগিলে হোবাৰ নিচিনা অলপ দীঘলীয়া তীক্ষ্ণ শব্দ

an imitative word used to express the sound produced by the collision of two hard bodies, as metals

বি.

2.

এক খণ্ড চাৰি-চুকীয়া চেপেটা সৰু কাঠ [ইয়াৰ মাজেদি খোলনি দি তাত দা-কটাৰী সুমাই ৰাখিবলৈ বনুবা মানুহে কঁকালৰ পাছ ফালে বান্ধি লয়।]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খটং · অসমীয়া অভিধান