← ফুৰি যাওক

খট্বান্ধ

khaṭbāndha

অৰ্থ

1.

কোনো কামত বা কথাত অমান্তি মানুহক মান্তি কৰিবৰ কাৰণে যত্ন কৰাত হোবা বাদানুবাদ; যেনে-"কত খট্বান্ধ কৰাতহে ষৰঙণিফেৰা দিলে"

the act of cajoling and contending with a man for persuading him to do a thing against his will

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ