← ফুৰি যাওক

খট

khaṭa

অৰ্থ

1.

দুষ্ট লোক; যেনে-"খট চোৰ ডকাইতে লুটিবে গ্ৰাম দেশ" (ভাগবত

বি.

2.

ম স্কন্ধ)।

বি.

3.

চকুৰ মণিৰ ওপৰত বগা পৰা এবিধ ৰোগ; যেনে-"তাৰ চকুত খট পৰিছে"

an eye-disease

বি.

4.

আনৰ হতুবাই কৰোবা; আনক খাটিবলৈ দি বা পাঁচ্

to cause to do

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খট · অসমীয়া অভিধান