← ফুৰি যাওক

খঞ্জৰীট

khañjarīṭa

অৰ্থ

1.

খঞ্জন; খঞ্জন পক্ষী; খঞ্জৰী চৰাই; যেনে-"সেহিবেলা উড়ি যাই খঞ্জৰীট পক্ষী। তাক জাম্প দিয়া ধৰিলেক চিত্ৰলেখী" (কুমৰ-হৰণ)।

a wagtail

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খঞ্জৰীট · অসমীয়া অভিধান