খজুবা
khajubā
অৰ্থ
1.
খজুবতি উঠ্; বিজ্বিজোবাৰ নিচিনা অসুখ লগা
to itch; to have an itching sensation
অক. ধা.
2.
খজুবতি ধৰা; বিজ্বিজোবাৰ দৰে অসুখ বোধ জন্মা; যেনে-"কচুবে মুখ খজুবায়"
to cause itching sensation
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ