খজা
khajā
অৰ্থ
1.
পকিলেও টান হৈ থকা; ঠেৰেহা; পকি কোমল বা গলিয়ন নোহোবা
ripe but not soft; imperfectly or partially ripe
বিণ.
2.
ঢিলা নোহোবা; লৰচৰ নকৰা; একে খাঁজে থকা; যেনে-"কাম নকৰোঁ বুলি খজা ধৰিলে, তাক বলেৰেও কৰাব নোবাৰি"
act of being immovable or unyielding
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ