খচিত
khacita
অৰ্থ
1.
খটোবা; যুক্ত; লগোবা; যেনে-"মাণিক-খচিত শুদ্ধ সুবৰ্ণৰ কাম" (মা. ক., অৰণ্যকাণ্ড)
studded; inlaid
বিণ.
2.
অলঙ্কৱত; শোভিত; যেনে-"সুবৰ্ণ-খচিত শোভে সাতসৰি হাৰ" (ৰুক্মিণী-হৰণ)
ornamented; decorated
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ