← ফুৰি যাওক

খচ খচীয়া

অৰ্থ

1.

মোহাৰিলে বালিৰ দৰে লগা, গতিকে মিহি হৈ গুড়ি নোহোবা; খৰচীয়া

not finely powdered

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খচ খচীয়া · অসমীয়া অভিধান