← ফুৰি যাওক

খচ্ খচা

অৰ্থ

1.

চকুত বালি আদি পৰাৰ কাৰণে দুখ পা বা সেই নিচিনা দুখ বোধ কৰ্

to feel irriation in the eye as from dust, etc.

অক. ধা.

2.

কোনো কাৰ্য্য কৰিবলৈ ঘনে ঘনে কৈ থাক্

to urge repeatedly to do a thing

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খচ্ খচা · অসমীয়া অভিধান