খচ্খচনি
অৰ্থ
1.
খচ্খচ্ কৰা কাৰ্য্য; চকুত বালি, কুটা আদি পৰিলে হোবা দুখ
irritation caused in the eye by dust, etc.
বি.
2.
কোনো কামকাজ কৰিবলৈ ঘনে ঘনে কৈ থকা কাৰ্য্য
the act of repeatedly urging to do something
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ