খঙৰা
khaṅarā
অৰ্থ
1.
মুগা-ৰখীয়াই বাটলু-গুটি ৰখা বাহৰ দুই মূৰ বন্ধ বা মৰা আৰু পেটত বাটলু-গুটি ভৰাবলৈ বাট থকা খঁৰা বিশেষ
a round bamboo basket with an opening on the side for keeping bow pellets
বি.
2.
এপাব বা দুপাব বাঁহৰ দুফালে দুচটা এৰুবাই তাক বেৰত বান্ধি তাৰ বিন্ধাৰ ভিতৰেদি দা-কটাৰী ৰখাৰ সঁজুলি; কেৰেপা।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ