← ফুৰি যাওক

অকাল

akāla

অৰ্থ

1.

অসময়; আবতৰ; যি বস্ত্তৰ যি সময়, তাতকৈ পৱথক কাল

not proper time or season

বি.

2.

অশুভ বা বেয়া কাল; বিষম দিন; . বিণ. অসময়ত হোবা; ; অকাল অসৱষ্টি বি. আগেয়ে নোহাবা বা সৱষ্টিৰ নিয়মৰ বিপৰীত কথা বা কৰ্ম্ম

inauspicious time or day; evil day ; untimely ; evil time or days when strange and unexpected things happen

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ