খকন্দ
khakanda
অৰ্থ
1.
দন্দ; খৰিয়াল; পৰিয়ালৰ মাজত হোবা বিবাদ
a quarrel, especially a family quarrel
বি.
2.
এবিধ পাতডাঙৰ আওকাঠী গছ
a kind of tree; Duabanga sonneratoides (Lythraria)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ