← ফুৰি যাওক

খকজা

khakajā

অৰ্থ

1.

অনভ্যাসৰ কাৰণে থকা কওঁতে বা পঢ়োঁতে স্পষ্টকৈ বা সহজে নোলোবা; পঢ়োঁতে বা মাতোঁতে কৰা থকা-থৈয়া

a pause, or hesitation felt in reading or speaking owing to want of practice

বি.

2.

আচহুবা কাৰণে মনত অলপ সন্দেহ বা আশঙ্কা লগা বা অশুচি লগা

a feeling of doubt or impurity due to unfamiliarity

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ