← ফুৰি যাওক

খং

kham

অৰ্থ

1.

কোপ; ক্ৰোধ; ৰোষ

anger; rage

বি.

সমাৰ্থক শব্দ

2.

(পু. অ.) খং কৰ্; যেনে- "খঙ্গিলা অৰ্জ্জুনে যেন অগনি-সমান" (কিৰাত-পৰ্ব্ব)

to get angry

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ