← ফুৰি যাওক

-কৈ

-kai

অৰ্থ

1.

কবিতাৰ লবজ; যেনে-"জহাকৈ চাউলৰঃ গেলাকৈ পইতাঃ কঁকিলা মাছৰে ভজা" (মণি-কোঁবৰ)।

বি.

2.

এক প্ৰত্যয়; যেনে-"ভালকৈ।"

3.

"সি মোতকৈ ডাঙৰ"

than

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

-কৈ · অসমীয়া অভিধান