← ফুৰি যাওক

কেবাৰী

kebārī

অৰ্থ

1.

বহুত দিন শস্য উৎপন্ন কৰি বা চাহ কৰাৰ বাবে সাৰ নাইকিয়া হোবা (মাটি)

exhausted by continued cultivation

বিণ.

2.

এৰা-পৰা; এলোগী হোবা; অপ্ৰিয় হোবা; . যেনে-"ডাঙৰীয়াৰ বৰজনী ঘৈণীয়েক কেবাৰী হৈছে।"

disregarded; disliked

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেবাৰী · অসমীয়া অভিধান