কেলেহুবা
kelehubā
অৰ্থ
1.
লোকৰ ঘৰত চাপি পেট পুহি থকা; চপনীয়া
living as a dependant at the house of another
বিণ.
2.
আনৰ ঘৰত পেট পুহি থকা মানুহ; চপনীয়া।
বি.
3.
নিজৰ স্বত্ব নথকাকৈ লোকৰ বস্ত্ত অধিকাৰ কৰা লোক
an interloper
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ