কেৰচীয়া দি, কেৰচীয়া বাছ্
keracīẏā, di, keracīẏā, bāch
অৰ্থ
1.
কাপোৰৰ আগত এডোখৰ বানি নোবোবাকৈ এৰি, তাত অগীয়া-বগীয়াকৈ এগছ সূতা সূমাই বৈ দি; যেনে-"আগত কেৰচীয়া দিয়া চেলেং বা ৰুমাল।"
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ