← ফুৰি যাওক

কেপ্ কৰা

kep, karā

অৰ্থ

1.

খাবলৈ আৰু ঘৰ-বাৰী নথকা বাবে আন ঘৰত চাপি থকা; কেলেছবা

having no home and means of livelihood and living at the house of another man as a dependant

বিণ.

2.

ওপৰত লিখা বিধৰ মানুহ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ