← ফুৰি যাওক

কেতিয়াও

অৰ্থ

1.

কদাচ; কদাপি; কোনো কালতে; কোনো সময়তে; (পাছত না-পদ এটা থাকে)

ever; at any time whatsoever (followed by a negative)

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেতিয়াও · অসমীয়া অভিধান