কেটেৰ কৰে, কেটেৰাই
অৰ্থ
1.
অকস্মাৎ দাঁতেৰে কামুৰি বা চেপি পীড়া বা দুখ দি; যেনে-"কিহবাই কেটেৰ কৰে কামোৰ মাৰিলে"।
ক্ৰি. বিণ.
2.
কৰ্কশৰূপে; জেঙেৰা মাৰি; যেনে-"কেটেৰাই মাতিলে; "
smartily; gruffly
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ