কেঁচা
kem̐cā
অৰ্থ
1.
নপকা
unripe; green
বিণ.
2.
নিসিজা; নৰন্ধা; নোপোৰা; যেনে-"কেঁচা মাছ; কেঁচা ইটা"
raw; not cooked; unburnt
বিণ.
3.
অপূৰঠ বুদ্ধিৰ; বুদ্ধি পূৰঠ নোহোবা; যেনে-"কেঁচা ল'ৰা"
unwise
বিণ.
4.
অবিবেচক; কৰ্কশ; যেনে -"মানুহটো বৰ কেঁচা"
wanting in judgment; rough
বিণ.
5.
অসঙ্গত; যেনে-"কেঁচা কাম"
injudicious
বিণ.
6.
অস্হায়ী; যেনে-"কেঁচা ৰং"
not fast or lasting
বিণ.
7.
মিহলি নথকা; নিৰ্ম্মল; যেনে-"কেঁচা সোণ"
pure
বিণ.
8.
নুশুকোবা; যেনে -"কেঁচা কাঠ"
green; not dry
বিণ.
9.
ওজন বা পৰিমাণত কম; যেনে-"কেঁচা ওজন"
short or defective (said of weight)
বিণ.
10.
সম্পূৰ্ণৰূপে গুৰুৰ মন্ত্ৰ নোলোবা; যেনে-"কেঁচা ভকত"
not fully initiated
বিণ.
11.
ভালকৈ পূৰ নোহোবা; যেনে -"কেঁচা ঘুমটি"।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ