কেঁচ্
kem̐c
অৰ্থ
1.
এবাৰ পকিবলৈ ধৰি আকৌ নপকা হ; পকা গুঁচি কেঁচা হ (চুলি); যেনে-"পকা চুলি কেঁচিবলৈ ধৰিছে।"
অক. ধা.
2.
ভাল গুচি বেয়া হ; যেনে -"তেওঁৰ বুঢ়াকালত বুদ্ধি কেঁচিছে"
to become worse; to deteriorate
অক. ধা.
3.
কড়িখেলত চাৰি ঢাল ঘূৰি পকিব লগীয়া গুটি আকৌ বাহিৰ কৰি খেল কৰ্।
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ