← ফুৰি যাওক

কেঁকোৰা-কেঁকুৰি

kem̐korā-kem̐kuri

অৰ্থ

1.

বেঁকা-বেঁকি; কেইবাঠাইতো বেঁকা; বহুত ভাঁজ থকা

bent or curved in many places; zigzag

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেঁকোৰা-কেঁকুৰি · অসমীয়া অভিধান