কেঁকোৰা
kem̐korā
অৰ্থ
1.
বেঁকা; ধেনুভিৰীয়া; কিলাকুটীয়া
bent; curved; angular
বিণ.
2.
বেঁকা কৰ; ভাঁজ লগা; ভিৰা
to bend
সক. ধা.
3.
নাবৰ ওপৰত ছৈ বা ঘৰ ধৰি ৰাখিবলৈ নাবৰ বাৰত লগাই লোবা গোটা বাঁহৰ সঁজুলি
a socket made of a bamboo joint
বি.
4.
লঙ্গৰ; এডাল লোৰ মূৰত চাৰিওফালে লোৰ হাঁকোটা লগোবা যতন
an anchor
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ