কুলা
kulā
অৰ্থ
1.
যথেষ্ট হ
to suffice
অক. ধা.
2.
ধান-চাউল আদি শস্য বা তেনেকুবা সৰু বস্ত্ত জৰা এবিধ বাঁহৰ কাঠীৰ তিনিফালে বাও বন্ধা সঁজুলি
a winnowing fan or scoop made of bamboo
বি.
3.
সাপৰ ফেঁট
the hood of a snake
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ