কুৰ্কুৰা
kurkurā
অৰ্থ
1.
কুকুৰ-পোবালিৰ দৰে শব্দ কৰ্।
অক. ধা.
2.
সেই নিচিনা আন শব্দ কৰ্; যেনে-"পেটে কুৰ্কুৰাইছে"
to utter a low murmuring sound
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
kurkurā
কুকুৰ-পোবালিৰ দৰে শব্দ কৰ্।
অক. ধা.
সেই নিচিনা আন শব্দ কৰ্; যেনে-"পেটে কুৰ্কুৰাইছে"
to utter a low murmuring sound
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ